জেইচি দলৰ দ্বাৰা ইউ বি এ পৰিদৰ্শন

জেইচি দলৰ দ্বাৰা জেইচি ইউ বি এৰ অন্তর্গত গাঁও পৰিদৰ্শন কৰা হৈছে।
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়

আমাৰ বিষয়ে যোগাযোগ
Hand Mockup

উন্নত চৌকাৰ প্ৰদৰ্শন।

কুৰুকানী বস্তিত জেইচি দলৰ দ্বাৰা উন্নত চৌকাৰ ব্যৱহাৰ আৰু চৌকাটোৰ সুবিধা সমূহ দেখুওৱা হৈছে।
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়

আমাৰ বিষয়ে যোগাযোগ
Hand Mockup

শক্তি সংৰক্ষণৰ বিষয়ে প্ৰশিক্ষণ।

ই সমৰ্থন, শক্তি সংৰক্ষণ আৰু উন্নত ‌‍চৌকাৰ বিষয়ে প্ৰশিক্ষণ, কুৰুকানী বস্তিত।
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়

আমাৰ বিষয়ে যোগাযোগ
Hand Mockup

ইউ বি এ কামৰ মাজৰ এটা মুহূৰ্ত।

কুৰুকানী বস্তিত উন্নত ভাৰত অভিযানৰ কামৰ মাজৰ এটা মুহূৰ্ত। কুৰুকানী বস্তিত উন্নত চৌকাৰ কেনেকৈ ব্যৱহাৰ কৰা হয় দেখুৱা হৈছে।
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়

আমাৰ বিষয়ে যোগাযোগ
Hand Mockup

চৌকাটো কেনেকৈ ব্যৱহাৰ হয় দেখুওৱা হৈছে।

কুৰুকানী বস্তিত যেইচি টীমৰ দ্বাৰা মানুহৰ বাবে চৌকাটো ব্যৱহাৰ কৰি চাহ বনোৱা হৈছে।
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়

আমাৰ বিষয়ে যোগাযোগ
Hand Mockup

ইউ বি এৰ ফিল্ডৰ কাম।

জেইচি ইউ বি এ দলৰ দ্বাৰা কুৰুকানী গাঁওত ৰাজহুৱা দমকল এটা মেৰামতি কৰাৰ দৃশ্য।
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়

আমাৰ বিষয়ে যোগাযোগ
Hand Mockup

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উন্নত ভাৰত অভিযানৰ বিষয়ে

  • দৰ্শন : গাঁৱৰ বিকাশৰ প্ৰক্ৰিয়াত শৈক্ষিক তথা জ্ঞান প্ৰতিষ্ঠান সমূহৰ সহযোগৰ লক্ষ্যৰে 'উন্নত ভাৰত অভিযান' অনুপ্ৰাণিত।

  • অভিযান : উন্নত ভাৰত অভিযানৰ উদ্দেশ্য হৈছে উচ্চ শিক্ষা প্ৰতিষ্ঠান সমূহক গ্ৰামীণ অঞ্চলৰ মানুহৰ সৈতে জড়িত কৰি তেওঁলোকৰ বিকাশত উদ্ভৱ হোৱা প্ৰত্যাহ্বানবোৰ চিনাক্ত কৰা আৰু তাৰ এটা উচিত সমাধান নিৰ্ধাৰণ কৰা। ইয়াৰ আৰু এটা উদ্দেশ্য হৈছে সমাজ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত জ্ঞানৰ বিতৰণৰ জৰিয়তে সু সম্পৰ্ক সৃষ্টি কৰা। ইয়াৰোপৰি গাঁৱৰ উন্নয়নৰ কাৰণে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সক্ষমতা বৃদ্ধি কৰাটোৱে এই অভিযানৰ লক্ষ্য।



আমাৰ ইউ বি এ পৰিসৰ

ভাস্কৰ নগৰ
( 458 )

জানখনা গাঁও
( 686 )

কুৰুকানী বস্তি
( 632 )

ককিলামুখ মিছিং গাঁও
( 259 )

পহুকটীয়া শ্যাম গাঁও
( 299 )

বিশ্লেষণ আৰু প্ৰতিবেদন

তলত উল্লেখ কৰা সকলোবোৰ বিশ্লেষণ আৰু প্ৰতিবেদনৰ তথ্য বাস্তৱ গাঁওৰ ওপৰত ভিত্তি কৰা হৈছে।

গাঁওৰ তুলনা

বিভিন্ন বিভাগৰ গাঁওৰ মাজত তুলনা, উদাহৰণস্বৰূপে জনসংখ্যা, সংযোগ ইত্যাদি।

বিশ্লেষণ আৰু প্ৰতিবেদন

পাঁচখন গাঁওৰ বিশ্লেষণ আৰু প্ৰতিবেদন (গাঁওৰ তথ্য আৰু তাৰ বিভিন্ন পৰিকল্পনাৰ গ্ৰাফিকেল বিশ্লেষণ)।

কার্যকলাপ

জেইচি ইউ বি এ টীম হিচাপে আমি বৰ্তমান পাঁচখন গাঁও আৰু তাৰ মানুহৰ বাবে কৰি থকা কাৰ্যকলাপৰ স্থিতি।

উন্নয়ন পৰিকল্পনা

ইউ বি এ উন্নয়ন পৰিকল্পনা আৰু ইয়াৰ গাঁওৰ বোৰৰ বিভিন্ন উন্নয়ন প্ৰকল্প।

কুৰুকানী বস্তিৰ ভিডিও উপস্থাপনা

ফিল্ডৰ কাম

উন্নত ভাৰত অভিযানৰ বাবে কৰা কিছুমান ফিল্ডৰ কাম

আমাৰ দল

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাবে আমাৰ ইউ বি এ দল

উন্নত ভাৰত অভিযান

কিছুমান গুৰুত্বপূৰ্ণ লিঙ্ক